ৰাগ ।। গৌড়ী
ধ্রুং:-
ভালি নাচে ভাল মদনগােপালা।
বজাৱে মােহন বেণু গলে বনমালা।।
পদ:-
অৰুণ চৰণ দুহোঁ থমকে চলাৱে।
ঈষত ঈষত হাসি পঞ্চমে গাৱে।।
শ্যামল সুন্দৰ চান্দবয়ন বিকাশ।
কহয় মাধৱ দীন হৰিপদ দাস।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com