|| ঘোষা ||:
ৰাগ ।। মাউৰ
ধ্রুং - শ্যাম চান্দমুখ পেখলাে মাই।
কদম্বক কান্ধে ৰৈয়া ফিৰি ফিৰি চাই।।
|| পদ ||:
পদ- কদম্বক মালা গলে শােভিত ভালি।
এ তিনি ভুৱন মােহন বনমালী।।
কুণ্ডল জগমগ জলমল মােৰা।।
ঈষত হাসি ৰসে মানস চোৰা।।
অমল কমলদল লােচন ৰাতা।
অপৰূপ নিৰমিল কমন বিধাতা।।
সকল কলাৰ ৰস সিন্ধু নাগেৰা।
কহয় মাধৱ গতি গােবিন্দ মেৰা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1619 reads