ৰাগ | গৌৰী
ধ্রুং - কমনে বিছুড়ি মন ৰহু ৰামৰায়া।
ভাৰতবৰিষে মানৱীতনু পায়া।।
পদ - দেৱে নাহি তনু মানৱী পায়।
নাম চিন্তামণি হাতে হেৰায়।।
জানি ৰামচৰণে কৰু আশা।
কহতু মাধৱ হৰিদাসকু দাসা৷৷
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com