ৰাগ - আশােৱাৰী
ধ্ৰুং - চিন্তহ গােৱিন্দ মন মেৰি ভাই।
হৃদয়পঙ্কজে ৰহু ৰাম গােসাঁই।।
পদ - জগজন জীৱন ৰহু হৃদি ৰামা।
কোটি কল্পতৰু পূৰণ কামা।।
মাধৱ দাস কহয় মন মােই।
ৰাম বিনে নাহি বান্ধৱ কোই।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com